فهرس التراجم

تصفح تراجم معاني القرآن الكريم للعديد من اللغات مع إمكانية البحث والتنزيل

আজেৰি অনুবাদ- আলী খান মুছায়ইভ

অনুবাদ কৰিছে আলী খান মুছায়ইভ চাহাবে। মৰ্কজ ৰুওৱাদুত তাৰ্জামাৰ তত্ত্বাৱধানত ইয়াক উন্নীত কৰা হৈছে। ধাৰাবাহিক উন্নীত কৰণ, মূল্যায়ন আৰু মতামত প্ৰকাশৰ উদ্দেশ্যে মূল অনুবাদটো উন্মুক্ত কৰা হ'ল।

বছনিয়ান অনুবাদ - মৰ্কজ ৰুওৱাদুত তাৰ্জামাহ

অনুবাদ কৰিছে جمعية الدعوة بالربوة আৰু جمعية خدمة المحتوى الإسلامي باللغاتৰ সহযোগত মৰ্কজ ৰুৱাদুত তাৰ্জামাৰ অনুবাদক গোষ্ঠীয়ে।