আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ

Assamese translation

Scan the qr code to link to this page

سورة التكاثر - আত-তাকাছুৰ

পৃষ্ঠা নং

আয়াত

আয়াত দেখুৱাওক
টোকা দেখুৱাওক
Share this page

আয়াত : 1
أَلۡهَىٰكُمُ ٱلتَّكَاثُرُ
প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।
আয়াত : 2
حَتَّىٰ زُرۡتُمُ ٱلۡمَقَابِرَ
যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।
আয়াত : 3
كَلَّا سَوۡفَ تَعۡلَمُونَ
সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
আয়াত : 4
ثُمَّ كَلَّا سَوۡفَ تَعۡلَمُونَ
আকৌ সাৱধান! অতি সোনকালে তোমালোকে জানিবলৈ পাবা।
আয়াত : 5
كَلَّا لَوۡ تَعۡلَمُونَ عِلۡمَ ٱلۡيَقِينِ
হায়! তোমালোকৰ নিশ্চিত জ্ঞান থাকিলে, নিশ্চিতভাৱে তোমালোকে জানিব পাৰিলাহেঁতেন (এই প্ৰতিযোগিতাৰ পৰিণাম)।
আয়াত : 6
لَتَرَوُنَّ ٱلۡجَحِيمَ
নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।
আয়াত : 7
ثُمَّ لَتَرَوُنَّهَا عَيۡنَ ٱلۡيَقِينِ
আকৌ কৈছোঁ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।
আয়াত : 8
ثُمَّ لَتُسۡـَٔلُنَّ يَوۡمَئِذٍ عَنِ ٱلنَّعِيمِ
তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
সফলভাৱে প্ৰেৰণ হৈছে