আল-কোৰআনুল কাৰীমৰ অৰ্থানুবাদ

Assamese translation

Scan the qr code to link to this page

سورة الإخلاص - আল-ইখলাচ

পৃষ্ঠা নং

আয়াত

আয়াত দেখুৱাওক
টোকা দেখুৱাওক
Share this page

আয়াত : 1
قُلۡ هُوَ ٱللَّهُ أَحَدٌ
কোৱা, ‘তেওঁ আল্লাহ, একক-অদ্বিতীয়,
আয়াত : 2
ٱللَّهُ ٱلصَّمَدُ
আল্লাহ হৈছে ছামাদ; (তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী)
আয়াত : 3
لَمۡ يَلِدۡ وَلَمۡ يُولَدۡ
তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ (কাৰো পৰা) জন্ম লোৱা নাই,
আয়াত : 4
وَلَمۡ يَكُن لَّهُۥ كُفُوًا أَحَدُۢ
আৰু তেওঁৰ সমতুল্য কোনো নাই’।
সফলভাৱে প্ৰেৰণ হৈছে