আৰু সিহঁতৰ নেতৃস্থানীয় ব্যক্তিসকলে এই কথা কৈ আঁতৰি গ’ল যে, ‘তোমালোকেও গুচি যোৱা আৰু নিজ নিজ উপাস্যবিলাকৰ পূজাত অবিচল থাকা। নিশ্চয় এইটো হৈছে এটা উদ্দেশ্যমূলক বিষয়’।
ইংৰাজী অনুবাদ- ৰুওৱাদ অনুবাদ চেন্টাৰ
ইংৰাজী অনুবাদ- ছহীহ ইন্টাৰনেচনেল
ইংৰাজী অনুবাদ- তাকিউদ্দীন হিলালী আৰু মুহছিন খান
ফৰাচী অনুবাদ- মৰ্কজ নূৰ ইণ্টাৰনেচনেল
ফৰাচী অনুবাদ- ৰাশ্বীদ মাআশ্ব
ফৰাচী অনুবাদ- মুহাম্মদ হামীদুল্লাহ
স্পেনিছ অনুবাদ- মৰ্কজ নূৰ ইণ্টাৰনেচনেল
স্প্যানিশ অনুবাদ- ঈছা গাৰছিয়া
Spanish Translation (Latin America) - Noor International
অথবা আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা বস্তুবোৰৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব আছে নেকি? যদি আছে তেনেহ’লে সিহঁতে কোনো উপায় অৱলম্বন কৰি (আকাশলৈ) আৰোহণ কৰা উচিত!
ইংৰাজী অনুবাদ- ৰুওৱাদ অনুবাদ চেন্টাৰ
ইংৰাজী অনুবাদ- ছহীহ ইন্টাৰনেচনেল
ইংৰাজী অনুবাদ- তাকিউদ্দীন হিলালী আৰু মুহছিন খান
ফৰাচী অনুবাদ- মৰ্কজ নূৰ ইণ্টাৰনেচনেল
ফৰাচী অনুবাদ- ৰাশ্বীদ মাআশ্ব
ফৰাচী অনুবাদ- মুহাম্মদ হামীদুল্লাহ
স্পেনিছ অনুবাদ- মৰ্কজ নূৰ ইণ্টাৰনেচনেল
স্প্যানিশ অনুবাদ- ঈছা গাৰছিয়া
Spanish Translation (Latin America) - Noor International